লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত ধলপুৰ শাখা সাহিত্য সভা আৰু দকুৱা গাঁৱৰ ৰাইজৰ সহযোগত দকুৱাত আজি দিনযোৰা কাৰ্যসুচীৰে অসম সাহিত্য সভাৰ শিশুৰ বিশেষ অনুষ্ঠান কুঁহি অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানটোত নিম্ন আৰু উচ্চ শাখাত কবিতা , চিত্ৰাংকন , গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত শতাধিক শিশুৰ অংশগ্ৰহণৰ লগতে জিলা আৰু শাখা সাহিত্য সভাৰ বহুকেইজন বিষয়ববীয়াৰ লগতে ধলপুৰ জিলা পৰিষদ সদস্যা দীপালি বনিয়া উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भाजपा नेता लाठी ने अपने जन्मदिन पर ब्लड बैंक पहुचकर किया रक्तदान
बूंदी 11 अगस्त। भाजपा के पूर्व जिला प्रवक्ता संजय लाठी ने रविवार को अपने जन्मदिन के अवसर पर प....
Wayanad Landslide: वायनाड भूस्खलन वाली जगह पहुंचे Rahul Gandhi, पीड़ित लोगों से की मुलाकात | Aaj Tak
Wayanad Landslide: वायनाड भूस्खलन वाली जगह पहुंचे Rahul Gandhi, पीड़ित लोगों से की मुलाकात | Aaj Tak
સુરેન્દ્રનગર: મતદારોનો પ્રાથમિક સુવિધાઓ માટે હલ્લાબોલ!, નવા રસ્તા કે સુવિધાઓ સમયે અપાતી નથી
સુરેન્દ્રનગર: મતદારોનો પ્રાથમિક સુવિધાઓ માટે હલ્લાબોલ!, નવા રસ્તા કે સુવિધાઓ સમયે અપાતી નથી
চিলাপথাৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি,এম এ চিৰ প্ৰাক্তন সদস্য, কংগ্ৰেছ নেতা, বিশিষ্ট সমাজকৰ্মী অধীৰ পুৰকায়স্হ ৰ পৰলোকপ্ৰাপ্তি, বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ
চিলাপথাৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি কংগ্ৰেছ নেতা অধীৰ পুৰকায়স্থ ৰ দেহাৱসান//বিভিন্ন দল সংগঠনৰ শোক...