পইচা ডাবল কৰাৰ নামত সৰকালে ৯ লাখ টকা ।৯ লাখ টকাৰ বিনিময়ত ১৮ লাখ টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰৱঞ্চকে। কিন্তু টকা লৈ অন্তৰ্ধান হ'ল দুই প্ৰৱঞ্চক। বাৰে বাৰে চেষ্টা কৰিও যুৱক-যুৱতীজ দুজনে যোগাযোগ কৰিব পৰা নাছিল লোক কেইজনক। কাছেম আলী আৰু ছাইফুল ইছলাম নামৰ এই দুই যুৱকৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিছিল যুৱক-যুৱতীদ্বয়ে। অভিযোগৰ ভিত্তিত বৰঘাট আৰক্ষীয়ে ঘোঁৰামাৰীৰ পৰা দুই প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হৈছিল শোনিতপুৰ আৰক্ষীয়ে। আজি পুনৰ খনামুখৰ গুদামঘাটত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসৰ নেতৃত্বত তথা চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত ৫ জনকৈ প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আটকাধীন লোককেইজৰ লগত এটা ভূৱা সোনৰ টুকুৰা সহ কেইবালাখ নকলি ৫০০ টকীয়া নোটৰ দুটা বৃহৎ বাণ্ডিল জব্দ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cyclone Bipajoy: राजस्थान के कई जिलों में भारी बारिश का अलर्ट | Hindi News | Biparjoy Cyclone News
Cyclone Bipajoy: राजस्थान के कई जिलों में भारी बारिश का अलर्ट | Hindi News | Biparjoy Cyclone News
योजनांचा लाभ शेवटच्या घटकापर्यंत पोहचवण्यासाठी यंत्रणा गतीमान करा- अर्थमंत्री निर्मला सीतारामन
योजनांचा लाभ शेवटच्या घटकापर्यंत पोहचवण्यासाठी यंत्रणा गतीमान करा- अर्थमंत्री निर्मला सीतारामन
16GB रैम और तगड़े प्रोसेसर के साथ लॉन्च हुआ iQOO 12 5G स्मार्टफोन, फीचर जान भूल जाएंगे iPhone
iQOO 12 5G Launched in India iQOO ने स्मार्टफोन को लीजेंड (व्हाइट) और अल्फा (ब्लैक) कलर ऑप्शन में...
IND vs PAK, Asia Cup 2022 : વડોદરાના યુવાનોમાં મેચને લઈ અનેરો ઉત્સાહ
IND vs PAK, Asia Cup 2022 : વડોદરાના યુવાનોમાં મેચને લઈ અનેરો ઉત્સાહ