পইচা ডাবল কৰাৰ নামত সৰকালে ৯ লাখ টকা ।৯ লাখ টকাৰ বিনিময়ত ১৮ লাখ টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰৱঞ্চকে। কিন্তু টকা লৈ অন্তৰ্ধান হ'ল দুই প্ৰৱঞ্চক। বাৰে বাৰে চেষ্টা কৰিও যুৱক-যুৱতীজ দুজনে যোগাযোগ কৰিব পৰা নাছিল লোক কেইজনক। কাছেম আলী আৰু ছাইফুল ইছলাম নামৰ এই দুই যুৱকৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিছিল যুৱক-যুৱতীদ্বয়ে। অভিযোগৰ ভিত্তিত বৰঘাট আৰক্ষীয়ে ঘোঁৰামাৰীৰ পৰা দুই প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হৈছিল শোনিতপুৰ আৰক্ষীয়ে। আজি পুনৰ খনামুখৰ গুদামঘাটত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসৰ নেতৃত্বত তথা চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত ৫ জনকৈ প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আটকাধীন লোককেইজৰ লগত এটা ভূৱা সোনৰ টুকুৰা সহ কেইবালাখ নকলি ৫০০ টকীয়া নোটৰ দুটা বৃহৎ বাণ্ডিল জব্দ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lava Yuva 3 Pro: लावा का ये धाकड़ फोन हर बजट स्मार्टफोन पर पड़ेगा भारी, 16GB रैम से होगा लैस; कीमत का हुआ खुलासा
Lava Yuva 3 Pro Launch Date Reveals लावा द्वारा शेयर किए गए पोस्ट से पता चलता है कि कंपनी 14...
ડીસાના ઇન્દિરા નગર વિસ્તારમાં છેલ્લા ઘણા સમયથી સ્થાનિક લોકોની માંગણીને ધ્યાનમાં લઈ શુભારંભ કરવામાં
ડીસાના ઇન્દિરા નગર વિસ્તારમાં છેલ્લા ઘણા સમયથી સ્થાનિક લોકોની માંગણીને ધ્યાનમાં લઈ શુભારંભ કરવામાં
नीतीश सरकार को HC से लगा झटका, आरक्षण का दायरा 65 फीसदी तक बढ़ाने का आदेश रद्द
बिहार में आरक्षण का दायरा बढ़ाए जाने के राज्य सरकार के फैसले को हाईकोर्ट से झटका लगा है. आरक्षण...