চৰাইদেউ চাহ বাগিচাত উলহমালহেৰে লক্ষ্মী পূজাৰ আয়োজন

চৰাইদেউ চাহ বাগিচাৰ দ'লবাগান লক্ষ্মী মন্দিৰত ইংৰাজৰ দিনৰ পৰাই লক্ষ্মী পূজাৰ আয়োজন কৰি আহিছে । কভিদ পৰিবেশৰ বাবে বিগত দুটা বছৰে এই স্থানত পূজা আয়োজন হোৱা নাছিল । এইবাৰ কভিদ পৰিবেশ শাম কটাত পুণৰ পূজা আয়োজন কৰাত বৃহত্বৰ ৫০ খনকৈও অধিক গাঁৱৰ ৰাইজে পূজাত ভিৰ কৰিছেহি । অতিতৰ দৰে পূজাত চিনেমা দিয়াত চিনেমা আৰু পূজা দৰ্শণৰ বাবে উৎসাহিত হৈ পৰিছে ৰাইজ ।