কলাইগাও বিধানসভা সমষ্টিৰ অন্তৰ্গত বতিয়ামাৰী পানী যোগান আচনিখন এতিয়া এৰাবাৰীত পৰিনত হৈছে।কিয়নো নিৰ্মাণ হোৱা আচনিটো প্ৰায় ১২বছৰ হৈ গল। কিন্তু বৃহত্তৰ ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম নহল।কেবল আচনিটো কৰিয়ৈই যেন দায়িত্ব সামৰিলে বিভাগীয় কৃতপক্ষ তথা অসম চৰকাৰে।যাৰ ফলত অপেক্ষাকৃত ৰাইজ