ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটৱৰ্তী বৰপুখুৰী নামঘৰ (শঙ্কৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰ) প্ৰাংগণত বৰপুখুৰী নামঘৰ পৰিচালনা সমিতি আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ,বৰপুখুৰী প্ৰাথমিক শাখাৰ উদ্যোগত আয়োজিত ৫৭৪ সংখ্যক গুৰু আৰ্বিভাৱ মহোৎসৱ উপলক্ষে অনুষ্ঠিত ধৰ্মালোচনী সভাত সম্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰো। কবিৰালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একনিষ্ঠ সেৱক শ্ৰীজীৱন চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত সংঘৰ ওদালগুৰি জিলা শাখাৰ প্ৰচাৰ সম্পাদক শ্ৰীধীৰেন্দ্ৰ শইকীয়াই উদ্বোধন কৰা আৰু বিটিচিৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীত্ৰিদিপ দৈমাৰীকে ধৰি কেইবাজনো বিশিষ্ট লোকে ভাষণ প্ৰদান কৰা ধৰ্মালোচনী সভাখনত অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ জনক, আমাৰ জাতীয় শক্তিৰ আধাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অনন্য আৰু তুলনাবিহীন আদৰ্শ তথা সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ ওপৰত যৎকিঞ্চিত আলোকপাত কৰো
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોશીના તાલુકાના લોકગાયક કલાકારનું રાજ્ય કક્ષાએ સન્માન કરાયું
પોશીના તાલુકા નું ગૌરવ એવા.
સાબરકાંઠા જિલ્લા ના પોશીના તાલુકાના લાંબડીયા ગામના લોક સાહિત્યકાર...
દહેજ બાયપાસ રોડ ઉપર મનુબર ચોકડી નજીક બસે રોડ ક્રોસ કરતા બાળકને અડફેટમાં લીધો
દહેજ બાયપાસ રોડ ઉપર મનુબર ચોકડી નજીક બસે રોડ ક્રોસ કરતા બાળકને અડફેટમાં લીધો.5 વર્ષીય બાળક પરિવાર...
India has made history by winning another Gold medal in women's Lawn Bowls at CWG 2022
India's Lawn Bowls women's team had made history by winning the Gold medal at the Common wealth...
एसडीओ ने किया पनोरिया पंपिंग स्टेशन का निरीक्षण, पेयजल आपूर्ति के दिए निर्देश
सेड़वा 11 अप्रैल ।
ग्रीष्म ऋतु के मद्देनज़र उपखंड क्षेत्र में आमजन, पशु और पक्षियों के लिए...
अमृता हाट में बाल कलाकारों ने उमंग के संग बिखेरे सांस्कृतिक रंग, छोटी काशी की प्रतिभाओं का किया सम्मान
बूंदी का दरवाजा पर मंड रही मोरनी" पर थिरके बालगोपालअमृता हाट में बाल कलाकारों ने उमंग के संग...