লাকুৱাৰ আমলখি দেওশালত পূজা অৰ্চনা কৰা আহোম পুৰোহিত সকলৰ সুবিধাৰ্থে আজি এটা পণ্ডিত গৃহ মুকলি কৰা হয়। ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনে মুকলি কৰে এই গৃহটি। বিধায়ক এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্মিত এই গৃহটি উদ্বোধন কৰা সময়ত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कृषि विभाग ने बैठक कर कृषि आदान विक्रेताओं को दिये आवश्यक दिशा निर्देश
बालोतरा, 14 अक्टूबर। सोमवार को संयुक्त निदेशक कृषि डॉ. प्रमोद कुमार यादव की अध्यक्षता में पंचायत...
নাওবৈচাৰ বাৰমাইল দ’লহাট বজাৰ সংযোগী গড়কাপ্তানী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
গড়কাপ্তানী পথ নিৰ্মাণত অনিয়ম
જંબુસર આંબેડકર મોહલાના ગટર સહિતના પ્રશ્નો ને લઇ નગરપાલિકા ખાતે મહિલાઓએ ઉગ્ર રજૂઆત કરી
જંબુસર આંબેડકર મોહલાના ગટર સહિતના પ્રશ્નો ને લઇ નગરપાલિકા ખાતે મહિલાઓએ ઉગ્ર રજૂઆત કરી