ওদালগুৰি জিলাৰ টংলাত জগতগুৰু মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱৰ শ্ৰীমন্তশঙ্কৰদেৱ সত্ৰত ৫,৬ আৰু ৭ অক্টোবৰ২০২২ত অনুষ্ঠিত কৰা হয়।