কাজিৰঙাৰ ৰাজপথত দুৰ্ঘটনাত পতিত হোৱা গঁড় বিচাৰি অভিযান বনকৰ্মীৰ। হাতীৰ সহায়ত ঘন জংঘলত পুৱাৰ পৰা অভিযান চলাইছে কহঁৰা বনাঞ্চলৰ বনকৰ্মীয়ে। উল্লেখ্যে যে শনিবাৰে দিনৰ ভাগত কাজিৰঙাৰ হালধীবাৰী এনিমেল কৰিডৰত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এটা গঁড়। গুৱাহাটী অভিমুখি WB 91 6749 নম্বৰৰ ট্ৰাকখনে ৰাজপথলৈ ওলাই অহা গঁড়টোক খুন্দিয়াই পলায়ন কৰে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু বন বিভাগে জব্দ কৰি ৯ হাজাৰ টকা জৰিমণা বিহে ট্ৰাকখনক। বৰ্তমানেও গঁড়টোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महावितरणाचा गलथान कारभार
डिपीली चिटकून म्हैस दगावली
वाढोणा येथील घटना
महावितरणाचा गलथान कारभार डिपीली चिटकून म्हैस दगावली ,वाढोणा येथील घटना.
...
6G Task Force: 5G के बाद शुरू हुई 6G की तैयारी, क्या है Bharat 6G Alliance, जानें नई टेक्नोलॉजी की खूबियां
5G रोलआउट को भारत में 10 महीने पूरे हो चुके हैं वहीं इतने कम समय में ही देश की 3 लाख साइट्स तक 5G...
ধেমাজি সীমান্তৱৰ্তী বালিচৰিত উদযাপন হ'ল বিজুলী মহোৎসৱ, নৃত্য-গীত, চলচ্চিত্ৰ,নাট প্ৰদৰ্শনেৰে মুখৰ হৈ পৰিল সীমান্তৱৰ্তী আঞ্চল
ধেমাজি, ২৯ জুলাই: দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ধেমাজি জিলাৰ দ্বিতীয় খন বিজুলী মহোৎসৱ...
જુનાગઢ ના બાળકો નકામા કાગળ એકઠા કરી 1 લાખ રૂપિયાનું સ્ટેશનરી ફંડ બનાવશે
જુનાગઢ ના બાળકો નકામા કાગળ એકઠા કરી 1 લાખ રૂપિયાનું સ્ટેશનરી ફંડ બનાવશે