সোণাৰিত নিচামুক্তি কেন্দ্ৰত চাঞ্চল্যকৰ কাণ্ড । নিচামুক্তি কেন্দ্ৰতে মৃত্যু এজনৰ। মৃত লোকজনৰ নাম অনিল বাইলুং । নিচাসক্ত লোকক পৰিকল্পিত ভাৱে হত্যাৰ অভিযোগ নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে।সোণাৰিৰ বৰাহীস্থিত REGENERATION WELLNESS FEDERATION ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ। নিচামুক্তি কেন্দ্ৰটোত পাঁচ মাহ পূৰ্বে ভৰ্তি কৰোৱা ডিব্ৰুগড় জিলাৰ টিংখঙৰ পোনাৰাম বাইলুং ওৰফে অনিল বাইলুং নামৰ লোকজনৰ মৃত্যুৰ পাছত এই অভিযোগ। মৃত লোকজনৰ দেহত আঘাতৰ চিন থকালৈ চাই ভুল চিকিৎসা আৰু অত্যাচাৰ চলাই অনিল বাইলুংক নিচামুক্তি কেন্দ্ৰত হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिल्हा बँकेच्या महिला बँक व्यवस्थापकांचा पैठणीने सन्मान...!
जिल्हा बँकेच्या महिला बँक व्यवस्थापकांचा पैठणीने सन्मान...!
Business News: शेयर बाजार में दर्ज की गई गिरावट, Nifty 91 अंक गिरकर 22,122 पर हुआ बंद
Business News: शेयर बाजार में दर्ज की गई गिरावट, Nifty 91 अंक गिरकर 22,122 पर हुआ बंद
ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರಿಗೆ ಮೈಸೂರು ದಸರಾ ಮಹೋತ್ಸವಕ್ಕೆ ಬರಲು ಸಚಿವ ಮಹದೇವಪ್ಪ ಅವರು ಅಧಿಕೃತ ಆಹ್ವಾನ ನೀಡಿದರು.
ಮೈಸೂರು ಉಸ್ತುವಾರಿ ಸಚಿವರಾದ ಹೆಚ್.ಸಿ.ಮಹದೇವಪ್ಪನವರ ನೇತೃತ್ವದ ಜಿಲ್ಲಾಡಳಿತದ ನಿಯೋಗದವರು ಇಂದು ಮುಖ್ಯಮಂತ್ರಿ...
નરેન્દ્ર મોદીની વ્યૂહરચના સામે આવી, ગુજરાતમાં પહેલી વખત ભાજપને સત્તા મળી - Prashant Dayal
નરેન્દ્ર મોદીની વ્યૂહરચના સામે આવી, ગુજરાતમાં પહેલી વખત ભાજપને સત્તા મળી - Prashant Dayal