কোকৰাঝাৰ অক্টোবৰ ৮: অহা ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰী পৰা কোকৰাঝাৰৰ পাটগাওত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬২ তম অধিবেশন। কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অধিবেশনৰ বিষয়ে আলোচনাৰ বাবে আজি কোকৰাঝাৰ আৰ এন বি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা। বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সংবাদ মাধ্যমৰ যোগেদি উক্ত অধিৱেশন সাফল্য মণ্ডিত কৰিবলৈ কোকৰাঝাৰবাসী সকলো শ্ৰেণীৰ ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पूर्व सीएम अखिलेश यादव ने कफील खान की पुस्तक का किया विमोचन
उत्तर प्रदेश के पूर्व मुख्यमंत्री और समाजवादी पार्टी के मुखिया अखिलेश यादव ने राजधानी लखनऊ में...
বিশ্বনাথৰ ধৰ্মীয় অনুষ্ঠানত নিশা সংঘটিত হল চুৰি কাণ্ড
বিশ্বনাথত পুনৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত হল চুৰি কাণ্ড।চোৰে চাফাই অভিযান চলালে বিশ্বনাথৰ ফলফলিস্থিত...
Monetary Policy Impact On Share Market | Futures & Option के जरिए कहां बन रहा है खरीदारी का मौका?
Monetary Policy Impact On Share Market | Futures & Option के जरिए कहां बन रहा है खरीदारी का...