নৱগঠিত ছিপাঝাৰ পৌৰসভাৰ ৭নং ৰ্ৱাডত ২লাখ টকা ব্যয় সাপেক্ষে এই আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

বিধায়কগৰাকীয়ে পৌৰসভা নিৰ্বাচনৰ সময়তে এই আঁচনিটো কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি আজি আঁচনি খনৰ উদ্বোধন কৰে।

লগতে বিধায়ক গৰাকীয়ে দোকানপাৰাৰ পৰা ছিপাঝাৰ মহাবিদ্যালয়লৈ যোৱা কেচা পথটো অনতি পলমে পকী কৰা হ'ব বুলি উল্লেখ কৰে ।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া, ছিপাঝাৰ পৌৰসভাৰ সদস্য সকলৰ লগতে অগপ দলৰ বিষয়বৱীয়া।