কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অসম পশ্চিমবংগৰ সীমান্ত শ্ৰীৰামপুৰত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰাং পি ডি এছ চাউল। চোৰাং চাউলৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক চালক গকুল উৰ্ফে মোনা দে। আটকাধীন চালক মোনা দে পশ্চিম বংগৰ বাৰভিছাৰ বুলি জানিব পৰা গৈছে। ডব্লিউ বি ৬৯এ-৫৭৩৩ নম্বৰৰ মালবাহী ট্ৰাকখন কোকৰাঝাৰ জিলাৰ বগৰীবাৰী পৰা বাৰভিছালৈ গৈ আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાનેરા પોલીસે સ્મેક હેરોઈન ડ્રગ્સ સાથે બે ઈસમોને ઝડપી પાડયા...
ધાનેરા પોલીસ સ્ટેશન વિસ્તારમાં પેટ્રોલીંગ દરમ્યાન લવારા ચોકી પાસે એક મોટર સાયકલ ૨,નં...
MADHAVPUR માધવરાયજીની ભૂમિ માધવપુર ઘેડ ખાતે તુલસી વિવાહ યોજાયા 06 11 2022
MADHAVPUR માધવરાયજીની ભૂમિ માધવપુર ઘેડ ખાતે તુલસી વિવાહ યોજાયા 06 11 2022
चिकित्सक शिक्षकों को भी राज्य सेवा नियमों का लाभ दिलवाने को लेकर कलेक्ट्रेट में डीएम को सौंपा ज्ञापन
राज्य सरकार के नियमों को राजमेस में वर्ष 2013 से लेकर आज दिनांक एक कार्यरत चिकित्सक शिक्षाको पर...
মাহমৰাৰ পাঁটসাকোত বিশাল নিৰ্বাচণী সভাত অংশ গ্ৰহন কৰি গীতৰ তালে তালে নাচিলে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত পাঁটসাকো উচ্চমাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মাহমৰা আৰু থাওৰা...