খাৰুপেটীয়াত বনৰীয়া গাহৰিৰ সন্ত্ৰাস। খাৰুপেটীয়াৰ ইছলামপুৰ, কেওৱাটচঙৱা,আটাকাটা গাওঁত সন্ত্ৰাস চলাইছিল ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বনৰীয়া গাহৰিটোৱে। গাহৰিটোৰ আক্ৰমণত মহিলাসহ ১০ জন আহত হৈছে। আহতসকল ক্ৰমে খাৰুপেটীয়াৰ কেওটচূবা,ওজাগাৱৰ খাইৰুল ইছলাম,আবিৰন নেছা,স্বাহীদা খাতুন,মোজাম্মিল হক,নৌসাদ আলী,আবুল হুছেইন আৰু বহুতো। গুৰুতৰভাবে আহত কেইজনমানক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলিত বন বিষয়া আৰু আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত বহু সময়ৰ প্ৰচেষ্টাত সন্ত্ৰাসৰ সৃষ্টি কৰা গাহৰিটোক ধৰি নিয়াৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলকেইটাৰ ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શિનોર ટાઉનમાં સાવરણી વેચવા ફરતો યુવાન ઘરમાં ઘૂસી જતા પોલીસના હવાલે કરાયો
શિનોર ટાઉનમાં સાવરણી વેચવા ફરતો યુવાન ઘરમાં ઘૂસી જતા પોલીસના હવાલે કરાયો
AAP has pushed Punjab to financial mess : Chugh (Demands white paper on state expenditures to help Kejriwal )
BJP national general secretary Tarun Chugh today lambasted the Bhagwant Mann government in Punjab...
Ghaziabad: 50 हजार का इनामी बदमाश विशाल चौधरी एनकाउंटर में हुआ ढेर, 15 दिन से पुलिस कर रही थी तलाश
मुरादनगर में आंतक का प्रर्याय बना 50 हजार का इनामी बदमाश विशाल चौधरी उर्फ मोनू मुठभेड़ में ढेर।...