শুক্ৰবাৰে নিশা ৰঙিয়া মহকুমাৰ কামপীঠ(কঞাঁ)ত তিনিটা নিশাৰ বাবে আমন্ত্ৰণ কৰা ভ্ৰাম্যমাণ নাট্যদল ইতিহাস ইতিহাস থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰে সমাজৰত্ন বটাঁপ্ৰাপ্ত বিশিষ্ট সমাজসেৱক এমট্ৰনৰ উপ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই মঞ্চ মুকলি কৰে৷মঞ্চ মুকলি কৰি সমাজকৰ্মী গৰাকীয়ে কয় যে ভ্ৰাম্যমাণ ইতিহাস থিয়েটাৰেে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শনৰ জৰিয়তে ৰাইজৰ মৰম বুতলিব পাৰিছে৷কামপীঠটো নাট প্ৰদৰ্শনৰে খলকনি তুলি ৰাইজক আপ্পুট কৰিব পাৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कम दाम में आ गए Tecno के फ्लिप और फोल्ड स्मार्टफोन, फीचर्स भी हैं पावरफुल
टेक्नो ने भारत में नए दो नए फोल्ड और फ्लिप फोन लॉन्च किए हैं। दोनों में मीडियाटेक Dimensity 8020...
Satyapal Malik CBI Raid के पीछे Kiru Hydroelectric Power Project की क्या कहानी है
Satyapal Malik CBI Raid के पीछे Kiru Hydroelectric Power Project की क्या कहानी है
राष्ट्रीय अल्पसंख्यक आयोग के सदस्य का स्वागत कर अल्पसंख्यक समुदाय से जुड़े मुद्दों पर की चर्चा
राष्ट्रीय अल्पसंख्यक आयोग के सदस्य का स्वागत कर अल्पसंख्यक समुदाय से जुड़े मुद्दों पर की चर्चा...
কলাইগাওৰ মঙলদৈ ভুটিয়াচাং গড়কাপ্তানী পথৰ বিধ্বস্ত ৰূপ
কলাইগাওৰ মঙলদৈ ভুটিয়াচাং গড়কাপ্তানী পথৰ বিধ্বস্ত ৰূপ