লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মনিকুমাৰ স্কুলৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দূৰ্ঘটনা সংঘটিত হয়৷ দূৰ্ঘটনাত থিতাতে নিহত ১নং পাৰ্বতীপুৰৰ মহেন্দ্ৰ ওৰাঙৰ পুত্ৰ ৰোধা ওৰাং(৫০) নামৰ শ্ৰমিক জন৷ প্ৰত্যেক দৰ্শীৰ মতে পথৰ কাষত বহি থকাৰ অৱস্থাত AR06-A 6004 নম্বৰৰ ট্ৰাক গাড়ী খনে মহতিয়াই নিয়াত ঘটনাৰ স্থলিতে মৃত্যু হয় লোক জনৰ৷ হাৰমতী আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2000 Note Circulation Ban By RBI: अगर आपके पास हैं गुलाबी नोट..घबराएं नहीं..बैंक जाकर ऐसे बदलें नोट
2000 Note Circulation Ban By RBI: अगर आपके पास हैं गुलाबी नोट..घबराएं नहीं..बैंक जाकर ऐसे बदलें नोट
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
जगपुरा से श्री बाबा रामदेव जी व सांवरिया सेठ के लिए 70 यात्री रवाना
जगपुरा से श्री बाबा रामदेव जी व सांवरिया सेठ के लिए महिला व पुरुष 70 यात्री रवाना हुए।...