২৪ চেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত মুকলি কৰিছিল গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত গঁড়ৰ প্ৰতিমূৰ্তি।কিন্তু মুখ্যমন্ত্ৰীয়ে কহঁৰা ৰেঞ্জৰ প্ৰৱেশদ্বাৰ মিহিমুখত মূৰ্তিকেইটা মুকলি কৰাৰ পিছতো পৰ্যটকৰ দৰ্শনৰ কোনো ব্যৱস্থা কৰা নাই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই খৰ্গৰ ছাইৰে নিৰ্মিত প্ৰতিমূৰ্তি চাবলৈ আহি বিমুখ হৈছে পৰ্যটক।