নাৰায়ণপুৰ লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত আজি দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ নাৰায়ণপুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দীপিকা হাজৰিকা দত্তৰ প্ৰৱন্ধ সংকলন “ভিন্ন চিন্তা” আৰু দময়ন্তী ফুকন হাজৰিকাৰ কবিতা সংকলন “অনুভৱৰ কৰণি” নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয় ৷ ভিন্ন চিন্তা নামৰ গ্ৰন্থখন উন্মোচন কৰে লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী জয়া সেনাপতিয়ে আৰু অনুভৱৰ কৰণি গ্ৰন্থ খন উন্মোচন কৰে নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা° অতুল খাউন্ডে ৷ আজি বিয়লি অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভা খন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নাৰায়ণপুৰৰ বিশিষ্ট সমাজসেৱক কমলানন্দ দত্তই ৷ নাৰায়ণপুৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী কনমাই বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে শিক্ষাবিদ গিৰীশ চন্দ্ৰ ভূঞা , জীৱন ভূঞা , মাধৱ দত্ত , যোগেন্দ্ৰ নাথ দত্ত , সত্যজিৎ দত্ত , উমা ভূঞা , বীৰেন শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি , সাহিত্যনুৰাগী আৰু লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকল উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नगर निगम कोटा दक्षिण के वार्ड 08 में जंगली जानवर का हमला, पांच बकरियों की मौत
नगर निगम कोटा दक्षिण के वार्ड 08 में स्थित देवनारायण योजना में मध्य रात्रि को जंगली जानवर द्वारा...
Delhi Sakshi Murder Case: सिर में चोट और हड्डियां क्रैक, दिल दहलाने वाले हुए खुलासे | Post Mortem
Delhi Sakshi Murder Case: दिल्ली में दिल दहला देने वाली घटना को शाहबाद डेयरी इलाके में अंजाम दिया...
સુત્રાપાડા તાલુકાના પ્રાસલી મોગલધામ મંદિર ખાતે ભવ્ય લોકડાયરો યોજાયો..
સુત્રાપાડા તાલુકાના પ્રાસલી મોગલધામ મંદિર ખાતે ભવ્ય લોકડાયરો યોજાયો..
પંચમહાલઃ કેદીઓને જેલ મુક્ત કરવાના નિર્ણય સામે આવેદનપત્ર || News11 Gujarati
પંચમહાલઃ કેદીઓને જેલ મુક્ત કરવાના નિર્ણય સામે આવેદનપત્ર || News11 Gujarati
মনিপুৰৰ ঘটনা সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া
মনিপুৰৰ ঘটনা সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া