সোণাৰি সমষ্টিৰ ৰহন গোহাঁই গাঁৱৰ উদীয়মান যুৱক তথা গীত গাই ভালপোৱা ভাস্কৰ ফুকনে ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ সন্মুখত গীত পৰিৱেশন কৰি এতিয়া প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। উদীয়মান যুৱক জনক ইতিমধ্যে মন্ত্ৰী বিমল বড়াই গীত পৰিৱেশন কৰাত সুবিধা হোৱাকৈ প্ৰদান কৰিলে এখন গীটাৰ। পিতৃহাৰা ভাস্কৰৰ গৃহত উপস্থিত হৈ নিজ হাতেৰে প্ৰদান কৰিলে গীটাৰ। ইয়াৰ পাছতেই এতিয়া উৎফুল্লিত ভাস্কৰৰ লগতে মাতৃয়ে কৃতজ্ঞতা জনাইছে মন্ত্ৰী গৰাকীক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेल्वे स्थानकावर भयानक थरार, एक महिला कोसळली,व्हिडिओ व्हायरल
रेल्वे स्थानकावर भयानक थरार, एक महिला कोसळली,व्हिडिओ व्हायरल
Tech :- AI सिक्योरिटी और रेगुलेशन पर पहले ग्लोबल समिट की मेजबानी करेगा UK
यूके सरकार ने घोषणा की है कि वह इस वर्ष के अंत में एआई की सुरक्षा पर एक वैश्विक शिखर सम्मेलन की...
દિયોદર માં જલારામ બાપા ના મંદિર ની પ્રાણ પ્રતિષ્ઠા મહોત્સવ નિમિત્તે ગીતા રબારી ના ડાયરામાં લોકો નોટો વરસાદ
કર્યો હતો
દિયોદરમાં જલારામ બાપાના મંદિર ની પ્રાણ પ્રતિષ્ઠા મહોત્સવ નિમિત્તે યોજાયેલ ડાયરામાં નોટોનો વરસાદ...
शराब नीति घोटाला: सिसोदिया को झटका, करीबी दिनेश अरोड़ा बनेंगे सरकारी गवाह
स्पेशल सीबीआई जज एमके नागपाल ने आरोपी दिनेश अरोड़ा से पूछा कि क्या कोई दबाव तो नहीं, सीबीआई की...