সোণাৰি সমষ্টিৰ ৰহন গোহাঁই গাঁৱৰ উদীয়মান যুৱক তথা গীত গাই ভালপোৱা ভাস্কৰ ফুকনে ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ সন্মুখত গীত পৰিৱেশন কৰি এতিয়া প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। উদীয়মান যুৱক জনক ইতিমধ্যে মন্ত্ৰী বিমল বড়াই গীত পৰিৱেশন কৰাত সুবিধা হোৱাকৈ প্ৰদান কৰিলে এখন গীটাৰ। পিতৃহাৰা ভাস্কৰৰ গৃহত উপস্থিত হৈ নিজ হাতেৰে প্ৰদান কৰিলে গীটাৰ। ইয়াৰ পাছতেই এতিয়া উৎফুল্লিত ভাস্কৰৰ লগতে মাতৃয়ে কৃতজ্ঞতা জনাইছে মন্ত্ৰী গৰাকীক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RSS On Caste Census: जाति गणना को लेकर आएसएस ने अपना पक्ष साफ किया | Mohan Bhagwat | Aaj Tak
RSS On Caste Census: जाति गणना को लेकर आएसएस ने अपना पक्ष साफ किया | Mohan Bhagwat | Aaj Tak
गावकऱ्यांना अपमानस्पद वागणूकीची कॉल रेकॉर्डिंग व्हायरल.
गावकऱ्यांना अपमानस्पद वागणूकीची कॉल रेकॉर्डिंग व्हायरल
#breakingnews #news #viralvideo #tharadmla થરાદ વિધાનસભાના ઉમેદવાર શંકરભાઈ ચૌધરી આજે ભરશે ફોર્મ
#breakingnews #news #viralvideo #tharadmla થરાદ વિધાનસભાના ઉમેદવાર શંકરભાઈ ચૌધરી આજે ભરશે ફોર્મ