বেদেতীৰ নিৱাসী দিলীপ আগৰৱালাৰ জীয়ৰী চুইটি আগৰৱালাই ২০২১ বৰ্ষৰ CA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। ছাত্ৰী গৰাকীয়ে মৰ্ণিংষ্টাৰ হাইস্কুল, বৰঙাবাৰীৰ পৰা দুহেজাৰ পোন্ধৰ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী কমাৰ্চ কলেজৰ পৰা স্নাতক হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছিল। মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহাকে ধৰি বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষক শিক্ষয়িত্রী সকলে প্ৰাক্তন ছাত্রী গৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰাৰ লগতে তেওঁ ভৱিষ্যতে অসমৰ এগৰাকী ভাল CA হিচাপে নিষ্ঠা আৰু সমৰ্পিত মন লৈ কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিলাসী বাহনত ছাগলী চুৰ কৰা তিনিটা গভাইত চোৰক জেললৈ প্ৰেৰণ মৰাণ আৰক্ষীৰ
যোৱা কালি যোৰহাটৰ দিশৰ পৰা ডিব্ৰুগড়লৈ AS04E2007 নম্বৰৰ এখন চেণ্ট্ৰ' গাড়ীত তিনি গভাইত চোৰে...
সৃষ্টিশীল যুৱ সংঘ(চকীৰবড়ী)ৰ সৌজন্যত পঞ্চম বাৰ্ষিক শ্ৰীশ্ৰী লক্ষ্মীপূজাৰ আয়োজন
ৰঙিয়া মহকুমাৰ কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত সৃষ্টিশীল যুৱ সংঘ(চকিৰবড়ী)ৰ সৌজন্যত অহা ন-অক্টোবৰৰ দিনা...
શ્રીજી સ્કૂલ ખાતે ડૉ હીરપરા સર ધ્વારા શિક્ષણ અને કારકિર્દી વિશે યોગ્ય માર્ગદર્શન આપવા આવ્યું.
શ્રીજી સ્કૂલ ખાતે ડૉ હીરપરા સર ધ્વારા શિક્ષણ અને કારકિર્દી વિશે યોગ્ય માર્ગદર્શન આપવા આવ્યું.
অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু সকলক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে বিদায় সম্বৰ্ধনা জনায়
অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু সকলক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে বিদায় সম্বৰ্ধনা জনায়