টিংখাঙৰ ৰাজগড়ত ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থান প্ৰাংগনত বৃহস্পতিবাৰে সন্ধিয়া "গান্ধাৰীৰ কৃষ্ণ দৰ্শন" নামৰ এখন ভাওনা প্ৰদৰ্শন কৰা হয়।শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী যুৰীয়া আইথানৰ ভাওনা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ভাওনাখন। জগতগুৰু সাংস্কৃতিক কেন্দ্ৰৰ শিল্পী সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা ভাওনাখনত অঞ্চলটোৰ দুই সহস্রাধিক দৰ্শকৰ সমাগম হয়। উল্লেখযোগ্য যে,শ্ৰী শ্ৰী যুৰীয়া আইথান দুৰ্গা পূজা সমিতিয়ে প্ৰতি বছৰে দুৰ্গা পূজাৰ লগত সংগতি ৰাখি ভাওনা প্ৰদৰ্শন কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গহপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপিত আৰু বীৰাংগনা কনকলতাৰ নামত উৎসৰ্গিত
গহপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপিত আৰু বীৰাংগনা কনকলতাৰ নামত উৎসৰ্গিত #কনকলতা_পুথিভঁৰাল খন...
मंदसौर जिला जमालपुरा:- महावीर फतेह करे सेवा संस्था (बाला जी ग्रुप)
बालाजी ग्रुप के तत्वाधान में गौप्रकल्प के तहत (बाला जी ग्रुप ) जमालपुरा ग्राम प्रमुख आयुष धनगर के...
શિનોરમાં ગણપતિ વિસર્જન દરમિયાન ગરબામાં ટ્રેડિશનલ ડ્રેસમાં ક્યાં ? દેખાઈ મહિલાઓ જુવો 👉👇
શિનોરમાં ગણપતિ વિસર્જન દરમિયાન ગરબામાં ટ્રેડિશનલ ડ્રેસમાં ક્યાં ? દેખાઈ મહિલાઓ જુવો 👉👇