এগৰাকী মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি l এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি l দুজনকৈ চিকিৎকে মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি কোৱাৰ পিচতো পৰিয়ালৰ লোকে কোনো padhyei মানি নলয় মহিলা গৰাকীৰ মৃত্যুৰ সত্য l ফলত পৰিয়ালৰ লোকে উত্তপ্ত কৰি তোলে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদ l পৰবৰ্ত্তী সময়ত চিকিৎসকৰ কথা বিশ্বাস নকৰি ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় মহিলা গৰাকীৰ মৃতদেহ
এগৰাকী মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি l
![](https://i.ytimg.com/vi/rkzNL8xIaXg/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)