টিংখাঙৰ সমীপৰ সোনাৰী সমষ্টিৰ অন্তৰ্গত ৰহন গোহাঁই গাঁৱৰ গান গাই ভালপোৱা এগৰাকী পিতৃহাৰা অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ। নাম ভাস্কৰ ফুকন। ভাস্কৰৰ মাতৃ নিমাতী ফুকনে দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল কৰি আহিছে যদিও পূত্ৰৰ গানৰ প্ৰতি হাবিয়াস পূৰণ কৰিবৰ বাবে নাছিল সামৰ্থ। সেয়েহে কিছুদিনৰ পূৰ্বে মাতৃৰ সৈতে ভাস্কৰ ফুকনে আৰ্থিক সাহাৰ্য বিচাৰি গৈছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ কাষলৈ আৰু মন্ত্ৰী বিমল বড়াই ভাস্কৰক এখনি গীটাৰ দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ সাপেক্ষে আজি মন্ত্ৰী বিমল বড়াই ভাস্কৰৰ বাসগৃহত উপস্থিত হৈ নিজ হাতেৰে এখন গীতাৰ প্ৰদান কৰে। লগতে মন্ত্ৰী বিমল বড়াই পুনৰ ভাস্কৰ গানত মুগ্ধ হৈ পৰে। অন্যহাতে মন্ত্ৰী বিমল বড়াৰ এনে মহানুভৱতাক ধন্যবাদ জ্ঞাপন কৰে ভাস্কৰ আৰু মাতৃয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कल बुधवार को वर्ल्ड लंग्स डे के अवसर पर जिला कलेक्टर अक्षय गोदारा खेल संकुल में सवेरे 7 बजे योग फोर निरोगी बूंदी स्वास्थ्य महाभियान
कल बुधवार को वर्ल्ड लंग्स डे के अवसर पर जिला कलेक्टर अक्षय गोदारा खेल संकुल में सवेरे 7 बजे योग...
গীতিকবিৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণৰ আহ্বান সাহিত্যিক ড° ৰঘুনাথ কাগয়ুঙৰ
গীতিকবিৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণৰ আহ্বান সাহিত্যিক ড° ৰঘুনাথ কাগয়ুঙৰ।...
ખેરાલુ આમ આદમી પાર્ટીએ આપ્યું આવેદનપત્ર | live news | Breaking news | #short #viral #video
ખેરાલુ આમ આદમી પાર્ટીએ આપ્યું આવેદનપત્ર | live news | Breaking news | #short #viral #video
North Korea Russia Relation: किम जोंग-उन और पुतिन को आख़िर एक दूसरे से क्या चाहिए? (BBC Hindi)
North Korea Russia Relation: किम जोंग-उन और पुतिन को आख़िर एक दूसरे से क्या चाहिए? (BBC Hindi)