সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ,অসম নেঘেৰিটিং শাখা সমিতিৰ উদ্যোগত উদ্ধৱজ্যোতি দাসৰ প্ৰচেষ্টাত এক শৰণ ভাগৱতী সমাজ প্ৰাথমিক শাখা নেঘেৰিটিং বৰ নামঘৰত উদযাপন কৰা হয় শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোসৱ।সেই উদ্দেশ্যেই পুৱা আকস্মিক বক্তৃতা অনুষ্ঠান,ধৰ্মালোচনী সভা,দুপৰীয়া ভকত-বৈঞ্চৱ দ্বাৰা নামপ্ৰসংগ,পুথি পাঠ,শ্ৰীমন্ত শঙ্কৰদেৱৰ বিৰচিত বৰগীত পৰিৱেশন,আইসকলৰ দ্বাৰা দিহা নাম পৰিবেশিত হয়।জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৪তম জন্মোৎসৱ বৰ্ণাঢ্য আৰু বিস্তৃত ৰূপত ভকত-বৈষ্ণৱৰ উপস্থিতিত পালন কৰা জন্ম জয়ন্তীত সত্ৰীয়া সংস্কৃতিৰ অনবৈদ্য সৃষ্টিৰ বৰগীত,নাম-প্ৰশংগ আৰু ভাগৱত পাঠৰ অমিয়া সুৰেৰে সমগ্ৰ অঞ্চল আকাশ-বতাহ মুখৰিত হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નાના અંકેવાળીયા ગામે આયોજિત સેવાસેતુ કાર્યક્રમમાં અરજદારોના જુદાજુદા ૧૭૮૨ જેટલા પ્રશ્નોનું હકારાત્મક નિરાકરણ
સુરેન્દ્રનગર જિલ્લાના લખતર તાલુકામાં દસમાં તબક્કાનો સેવા સેતુ કાર્યક્રમ નાના અંકેવાળીયા ગામે...
વિકસિત ભારત સંકલ્પ યાત્રા - ખેડા જિલ્લો
ખેડા જિલ્લામાં ૩૦ દિવસમાં અંદાજિત ૭૦,૦૦૦ લોકોએ વિકસિત ભારત સંકલ્પ યાત્રામાં ભારતને વિકસિત રાષ્ટ્ર...
Rajasthan | के CM अशोक गहलोत ने कही मीडिया से यह बात, अधिक जानकारी के लिए Good day Gujarat NEWS देखे
Rajasthan | के CM अशोक गहलोत ने कही मीडिया से यह बात, अधिक जानकारी के लिए Good day Gujarat NEWS देखे
Jubilant Foodworks Share News: DP Eurasia में बची हिस्सेदारी कंपनी ने खरीदा, अब Stock में क्या करें?
Jubilant Foodworks Share News: DP Eurasia में बची हिस्सेदारी कंपनी ने खरीदा, अब Stock में क्या करें?
अपने मोबाइल को गरम होने से कैसे बचाए
आपके मोबाइल को ठंडा रखने के लिए यहां 10 युक्तियाँ हैं:
1. **धूप से दूर रखें (Dhoop se door...