সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ,অসম নেঘেৰিটিং শাখা সমিতিৰ উদ্যোগত উদ্ধৱজ্যোতি দাসৰ প্ৰচেষ্টাত এক শৰণ ভাগৱতী সমাজ প্ৰাথমিক শাখা নেঘেৰিটিং বৰ নামঘৰত উদযাপন কৰা হয় শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোসৱ।সেই উদ্দেশ্যেই পুৱা আকস্মিক বক্তৃতা অনুষ্ঠান,ধৰ্মালোচনী সভা,দুপৰীয়া ভকত-বৈঞ্চৱ দ্বাৰা নামপ্ৰসংগ,পুথি পাঠ,শ্ৰীমন্ত শঙ্কৰদেৱৰ বিৰচিত বৰগীত পৰিৱেশন,আইসকলৰ দ্বাৰা দিহা নাম পৰিবেশিত হয়।জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৪তম জন্মোৎসৱ বৰ্ণাঢ্য আৰু বিস্তৃত ৰূপত ভকত-বৈষ্ণৱৰ উপস্থিতিত পালন কৰা জন্ম জয়ন্তীত সত্ৰীয়া সংস্কৃতিৰ অনবৈদ্য সৃষ্টিৰ বৰগীত,নাম-প্ৰশংগ আৰু ভাগৱত পাঠৰ অমিয়া সুৰেৰে সমগ্ৰ অঞ্চল আকাশ-বতাহ মুখৰিত হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તારાપુર પોલીસે 2મહિલાએ પાસેથી 9લીટર દેશીદારૂ ઝડપી પાડ્યો
તારાપુર શહેરના મચ્છી માર્કેટ પાસેથી તેમજ ઈન્દ્રણજ ગામેથી 2 મહિલાઓ 9લીટર દેશીદારૂ સાથે પકડાઈ...
TMC Manifesto 2024: तृणमूल कांग्रेस का घोषणापत्र जारी, CAA, NRC और UCC को लेकर किए ये वादे
West Bengal Lok Sabha Election 2024: लोकसभा चुनाव का पहला चरण शुरू होने से दो दिन पहले...
Dhoraji : આશા વર્કર બહેનોએ આપ્યું આવેદનપત્ર | Gstv Gujarati News
Dhoraji : આશા વર્કર બહેનોએ આપ્યું આવેદનપત્ર | Gstv Gujarati News