ফুলেৰচৰ গাঁৱ পঞ্চায়তত  গঠন হ'ল সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ৩১ জনীয়া  কমিটী

ফুলেৰচৰ গাঁৱ পঞ্চায়তত  গঠন হ'ল সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ৩১ জনীয়া  কমিটী:

হাটশিঙিমাৰী ৫ অক্টোবৰ:

আজি আবেলি ১ বজাত  হাটশিঙিমাৰী   Gayan Joti জাতীয় বিদ্যালয় প্ৰাংগনত  ফুলেৰচৰ আঞ্চলিক সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে জিলা খনৰ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি জাহাংগীৰ আলম মণ্ডলে।
 উক্ত সভাত উপস্থিত থাকে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যিক সদস্য ইমদাদুল ইছলাম মণ্ডল আৰু জিলা খনৰ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ  সম্পাদক নাসিৰ উদ্দিন আহমেদ আদি প্ৰমূখ্যে।
আজিৰ এই সভাত ৩১ জনীয়া এখন কমিটী গঠন কৰা হয়।

জি আবেলি ১ বজাত  হাটশিঙিমাৰী   Gayan Joti জাতীয় বিদ্যালয় প্ৰাংগনত  ফুলেৰচৰ আঞ্চলিক সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে জিলা খনৰ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি জাহাংগীৰ আলম মণ্ডলে।