নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাৱঁৰ খেতিপথাৰ পূনৰ পাগলাদিয়াৰ বাঢ়নী পানীয়ে বুৰাই পেলাই৷উল্লেখযোগ্য যে কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়িছে পাগলাদিয়াৰ জলপৃষ্ঠ৷উক্ত বাঢ়নী পানী বৰভাগৰ দুসুতিৰ মুখৰ উন্মুক্ত শ্লুইছ গেটৰে ওলাই আহি কেইবাখনো গাৱৰ কৃষিভূমি বুৰাই পেলাই৷এনেদৰে বছৰে বছৰে বৰভাগ বাসীক যন্ত্ৰণা দি আহিছে উক্ত উন্মুক্ত শ্লুইছ গেটোৱে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ বিশেষ অভিনন্দন অনুষ্ঠান ত ১২০ মেধাবী ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা জ্ঞাপন।
সদৌ অসম ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টাউন শাখা ছাত্ৰ সন্থা সহযোগত আজি ৰহা মীন...
કલેકટર કચેરી ખાતે MLA અનંત પટેલ પર થયેલા હુમલાને લઈ કોંગ્રેસનું વિરોધ પ્રદર્શન
#buletinindia #gujarat #ahmedabad
মৰাণত অৰুণোদয় আঁচনিৰ ধন দিয়াৰ নামত পঞ্চায়ত প্ৰতিনিধিৰ ধন সংগ্ৰহৰ অভিযোগ
ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ পথালিবাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ঝলমত চৰকাৰী আঁচনি ৰূপায়ণত...
Breaking News: भारत के लोकसभा चुनावों में दखल देने की कोशिश कर रहा America, रूस का बड़ा दावा
Breaking News: भारत के लोकसभा चुनावों में दखल देने की कोशिश कर रहा America, रूस का बड़ा दावा