নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাৱঁৰ খেতিপথাৰ পূনৰ পাগলাদিয়াৰ বাঢ়নী পানীয়ে বুৰাই পেলাই৷উল্লেখযোগ্য যে কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়িছে পাগলাদিয়াৰ জলপৃষ্ঠ৷উক্ত বাঢ়নী পানী বৰভাগৰ দুসুতিৰ মুখৰ উন্মুক্ত শ্লুইছ গেটৰে ওলাই আহি কেইবাখনো গাৱৰ কৃষিভূমি বুৰাই পেলাই৷এনেদৰে বছৰে বছৰে বৰভাগ বাসীক যন্ত্ৰণা দি আহিছে উক্ত উন্মুক্ত শ্লুইছ গেটোৱে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Hamas War: Gaza पर Brazil के Lula da Silva की किस बात से चिढ़े Benjamin Netanyahu (BBC Hindi)
Israel Hamas War: Gaza पर Brazil के Lula da Silva की किस बात से चिढ़े Benjamin Netanyahu (BBC Hindi)
रानपुर क्षेत्र में चट्टानेश्वर एनीकट में डूबे युवक का शव मिला
चट्टानेशवर एनीकट के पानी मे डूबे युवक का शव निगम गोताखोरों ने निकाला बाहर पुलिस के सुपुर्द रखवाया...
স্বৰ্গীয় পৰশুৰাম চাৱাছি সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ সামৰণি
স্বৰ্গীয় পৰশুৰাম চাৱাছি সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ সামৰণি।
বাৰেকুৰিৰ দীঘলসাঁকু গাঁৱত টুইকৰ জন্মদিন পালন
বাৰেকুৰিৰ দীঘলসাঁকু গাঁৱত টুইকৰ জন্মদিন পালন ৷