নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ বাহাৰঘাট লখিমী পথাৰত আজি আবেলি হেজাৰ হেজাৰ ৰাইজে উদুলিমুদুলি পৰিবেশৰ সৃষ্টি কৰে৷উল্লেখ্য যে অতীতৰে পৰা বৰলীয়া নৈত উক্ত স্থানৰ পৰা অঞ্চলৰ কেইবাখনো দেৱী দুৰ্গাৰ প্ৰতিমা বিষৰ্জন দি আহিছে৷এইবেলি উক্ত স্থানত দেৱী প্ৰতিমা বিষৰ্জনৰ লগতে দছেৰা উৎসৱ উদযাপন কৰে৷স্থানীয় চিলাৰায় সেউজ সংঘৰ উদ্যোগত পঞ্চম বছৰ বাবে উদযাপিত উক্ত দছেৰা উৎসৱৰ দুস্কৃতিৰ প্ৰতীক ৰাৱনৰ প্ৰতিমুৰ্তিত অগ্নি সংযোগ কৰে লহকৰপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হিৰন্য কাৰ্জীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
24/8/22 ના રોજ સવારે 11-00 કલાકે શ્રી વિશ્વકર્મા વંશજ ખાતે માનનીય મુખ્યમંત્રી શ્રી ભુપેન્દ્રભાઈ પટેલ
24/8/22 ના રોજ સવારે 11-00 કલાકે શ્રી વિશ્વકર્મા વંશજ ખાતે માનનીય મુખ્યમંત્રી શ્રી ભુપેન્દ્રભાઈ પટેલ
आज रोज अहमदाबाद में लाइव वीडियो के माध्यम से, माननीय प्रधानमंत्री ने रोजगार मेला का किया शुभारंभ - 10 लाख कर्मियों के लिए एक भर्ती अभियान
देश भर में 75,000 नवनियुक्त कर्मियों को सौंपे गए नियुक्ति पत्र
अगले 12...
માળીયા હાટીના રઘુવંશી સમાજ દ્વારા આયોજન
#buletinindia #gujarat #junagadh
राजमाता जिजाऊ यांची जयंती उदगीर येथील छत्रपती शिवाजी महाराज चौक येथे मोठा उत्साहात साजरी
राजमाता जिजाऊ यांची जयंती उदगीर येथील छत्रपती शिवाजी महाराज चौक येथे मोठा उत्साहात साजरी