বৰপথাৰ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নাৰায়ণপুৰ আঞ্চলিক শাখাৰ সোণালী জয়ন্তীৰ সাহিত্য আৰু সংস্কৃতি সমাৰোহ আৰু গুৰুজয়ন্তী মহোৎসৱৰ আজিৰ মুখ্য দিনটোত গুৰুজয়ন্তীৰ বিভিন্ন কাৰ্যসুচীৰ মাজতে আয়োজকসকলে নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰে এটা স্বাস্থ্য শিবিৰ ৷ মহোৎসৱলৈ অহা ভকত বৈষ্ণৱ আৰু স্থানীয় ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সুবিধাৰ্থে আয়োজক সমিতিয়ে বৰপথাৰ অঞ্চলৰ দুগৰাকী চিকিৎসক ডা° নৱজ্যোতি বৰা আৰু ডা° মানৱজ্যোতি বৰাৰ দ্বাৰা স্বাস্থ্য শিবিৰটো স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে ৷ জন্মোৎসৱলৈ অহা গৰিষ্ঠসংখ্যক বৈষ্ণৱে সু-চিকিৎসক দুগৰাকীৰ পৰা স্বাস্থ্য পৰামৰ্শ গ্ৰহণ কৰি আনন্দ লাভ কৰাৰ লগতে দুয়োগৰাকী চিকিৎসকে গুৰুজয়ন্তীৰ দিনটোত ভকতক সেৱা কৰাৰ সুযোগ লাভ কৰাত আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ স্বাস্থ্য শিবিৰটো শুভ উদ্ধোধন কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মুলৰ প্ৰাক্তন সদস্য জীৱন ভূঞাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पथ संचलन का पुष्प वर्षा कर किया स्वागत
पथ संचलन का पुष्प वर्षा कर किया स्वागत
बूंदी। विजयदशमी के अवसर पर राष्ट्रीय स्वयंसेवक संघ के...
চৰকাৰে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্তক আজি পাটসাঁকোত বাতিল কৰাৰ দাবী জনালে আছু জিলা নেতা অংকিত গগৈয়ে।
চৰকাৰে জীৱন দায়িনী ঔষধৰ মূল্য ১২শতাংশকৈ বৃদ্ধি কৰাৰ সিদ্ধান্তক আজি পাটসাঁকোত দাবী জনালে ডিব্ৰুগড়...
1431 પશુઓનાં મોત બાદ હવે સરકાર જાગી, રાજ્ય કક્ષાની ટાસ્ક ફોર્સની રચના કરવાનું સૂચવ્યું
1431 પશુઓનાં મોત બાદ હવે સરકાર જાગી : લમ્પી વાયરસના કેસો અને પશુ મૃત્યુ બેકાબુ બન્યા બાદ હવે...
पीएम श्री विद्यालयों के बारे में दें अधिकाधिक जानकारी - सीडीईओ
पीएम श्री विद्यालयों के बारे में दें अधिकाधिक जानकारी - सीडीईओजिला निष्पादन समिति की बैठक...