মন্ত্ৰী বিমল বড়াৰ টিংখাঙৰ বাসগৃহৰ চৌহদত শুনিবলৈ পোৱা গল সুন্দৰ সুন্দৰ জনপ্ৰিয় কালজয়ী গীত। টিংখাঙৰ সমীপৰ ৰহণ গোহাঁই গাঁৱৰ নিবাসী জুবিন গাৰ্গৰ অনুৰাগী উদিয়মান কণ্ঠ শিল্পী ভাস্কৰ ফুকনে শুনালে এটাৰ পিছত আনটো জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ।গীত শুনি মন্ত্ৰী বড়াই ৰবনোৱাৰি বড়াই ও জুৰিলে কালজয়ী গীতৰ কলি।ভাস্কৰ ফুকন আৰু মন্ত্ৰী বিমল বড়াৰ গীতৰ যুগল বন্দীত মন্ত্ৰীৰ বাসগৃহৰ চৌহদৰ পৰিৱেশ জিপাল হৈ পৰে। আনহাতে ফুকনে ভৱিষ্যতে এজন কন্ঠশিল্পী হোৱাৰ সপোন লৈ সহায়ৰ হাত বিচাৰিহে আজি পুৱাৰ ভাগত উপস্থিত হৈছিল টিংখাঙৰ বিধায়ক মন্ত্ৰী বিমল বড়াৰ বাসগৃহত । কণ্ঠ শিল্পী ভাস্কৰ ফুকনৰ গীতত মুগ্ধ হৈ মন্ত্ৰী বড়াই এখন গীটাৰ দিয়াৰ ওপৰিও আৰ্থিক ক্ষেত্ৰত কিছু সহায়ৰ হাত আগবঢ়োৱাৰ কথা দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અરણીવાડાના અનોખા શિક્ષક | Unique teacher of Araniwada | #BANASKANTHA
અરણીવાડાના અનોખા શિક્ષક | Unique teacher of Araniwada | #BANASKANTHA
गठबंधन की सरकार कितने दिन चलेगी,विदेश की धरती से बोले पायलट
प्रधानमंत्री नरेंद्र मोदी जिस दिन G-7 शिखर सम्मेलन में शामिल होने के लिए इटली पहुंचे। उसी दिन...
Insta Influencer जो Human Trafficking और Slavery जैसे मामले में जेल गई (BBC Hindi)
Insta Influencer जो Human Trafficking और Slavery जैसे मामले में जेल गई (BBC Hindi)
માલધારી સમાજ દ્વારા વિવિધ માંગણીઓને લઈને કલેકટરને આપ્યું આવેદન પત્ર
માલધારી સમાજ દ્વારા વિવિધ માંગણીઓને લઈને કલેકટરને આપ્યું આવેદન પત્ર
Arvind Kejriwal News: गिरफ्तारी की खबरों के बीच पहली बार बोले केजरीवाल, बीजेपी पर लगाए कई आरोप
Arvind Kejriwal News: गिरफ्तारी की खबरों के बीच पहली बार बोले केजरीवाल, बीजेपी पर लगाए कई आरोप