মন্ত্ৰী বিমল বড়াৰ টিংখাঙৰ বাসগৃহৰ চৌহদত শুনিবলৈ পোৱা গল সুন্দৰ সুন্দৰ জনপ্ৰিয় কালজয়ী গীত। টিংখাঙৰ সমীপৰ ৰহণ গোহাঁই গাঁৱৰ নিবাসী জুবিন গাৰ্গৰ অনুৰাগী উদিয়মান কণ্ঠ শিল্পী ভাস্কৰ ফুকনে শুনালে এটাৰ পিছত আনটো জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ।গীত শুনি মন্ত্ৰী বড়াই ৰবনোৱাৰি বড়াই ও জুৰিলে কালজয়ী গীতৰ কলি।ভাস্কৰ ফুকন আৰু মন্ত্ৰী বিমল বড়াৰ গীতৰ যুগল বন্দীত মন্ত্ৰীৰ বাসগৃহৰ চৌহদৰ পৰিৱেশ জিপাল হৈ পৰে। আনহাতে ফুকনে ভৱিষ্যতে এজন কন্ঠশিল্পী হোৱাৰ সপোন লৈ সহায়ৰ হাত বিচাৰিহে আজি পুৱাৰ ভাগত উপস্থিত হৈছিল টিংখাঙৰ বিধায়ক মন্ত্ৰী বিমল বড়াৰ বাসগৃহত । কণ্ঠ শিল্পী ভাস্কৰ ফুকনৰ গীতত মুগ্ধ হৈ মন্ত্ৰী বড়াই এখন গীটাৰ দিয়াৰ ওপৰিও আৰ্থিক ক্ষেত্ৰত কিছু সহায়ৰ হাত আগবঢ়োৱাৰ কথা দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિધાનસભા સામાન્ય ચૂંટણી-૨૦૨૨ અંતર્ગત મતદાર જાગૃતિ માટે પાલનપુર તાલુકા ના લાલાવાડા ખાતે EVM-VVPAT નિદર્શન યોજાયું..
વિધાનસભા સામાન્ય ચૂંટણી-૨૦૨૨ અંતર્ગત મતદાર જાગૃતિ માટે પાલનપુર તાલુકા ના લાલાવાડા ખાતે EVM-VVPAT...
कला ही व्यक्तीला अजरामर करते -आ संजय बनसोडे
जळकोट येथे माध्यमिक शिक्षण विभाग लातूर महात्मा फुले पब्लिक स्कूल जळकोट यांच्या...
વર્ષો થી ચાલી આવતી પરંપરા મા સંસ્કૃતિ ના દર્શન કરાવતો દેશી કાનુડો
દેશભરમાં જન્માષ્ટમીની ધામધૂમથી ઉજવણી કરવા મા આવી હતી લોકોએ કૃષ્ણના દર્શન કરી ધન્યતા અનુભવી હતી ,...
ગાજવીજ સાથે માવઠુ કરા પડવાની સંભાવના. રાજ્યમાં 27 એપ્રીલ થી 3 મે સુધી માવઠુ પડવાની સંભાવના.😴😭 #ANI#G
ગાજવીજ સાથે માવઠુ કરા પડવાની સંભાવના. રાજ્યમાં 27 એપ્રીલ થી 3 મે સુધી માવઠુ પડવાની સંભાવના.😴😭 #ANI#G