চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা ষষ্ঠ বাৰ্ষিক শাৰদীয় দূৰ্গা পূজাৰ আজি নৱমী। বিগত দুটা দিনৰ দৰে আজিও আগমণ ঘটিছে বহু লোকৰ। নৱমী উপলক্ষে আজি পুৱাৰ ভাগত কুমাৰী পূজা সম্পন্ন কৰা পাছতে বিশেষ যজ্ঞ আয়োজন কৰা হয়। চৰাইদেউ যুৱ সমাজৰ লগতে বিভিন্ন লোকে অংশগ্ৰহণ কৰি মা দুৰ্গাৰ আশীৰ্বাদ কামনা কৰে নৱমীৰ দিনটোত। ইফালে আজি সন্ধিয়া চৰাইদেউ যুৱ সমাজৰ পূজাস্থলীত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આટકોટ સ્વામી નારાયણ મંદિર કાલે શરદપૂર્ણિમા ઉજવણી કરવામાં આવશે
આટકોટ સ્વામી નારાયણ મંદિર કાલે શરદપૂર્ણિમા ઉજવણી કરવામાં આવશે
India has made history by winning another Gold medal in women's Lawn Bowls at CWG 2022
India's Lawn Bowls women's team had made history by winning the Gold medal at the Common wealth...
मेट्रो सफरीत ३०० विद्यार्थ्यांनी केले देशभक्तीपर गीतांचे समूहगान
मेट्रो सफरीत ३०० विद्यार्थ्यांनी केले देशभक्तीपर गीतांचे समूहगान
अब नहीं मिलेगा YouTube का ये खास सब्सक्रिप्शन, जानिए क्या है इसके पीछे की वजह
Youtube अपने यूजर्स के लिए नए नए अपडेट और बदलाव लाता रहता है। इस बार कंपनी ने अपने एक प्लान को...