কলাইগওঁত চোৰৰ তাণ্ডব।পূজাৰ আনন্দ উচাহৰ মাজতে ওদালগুৰিত চোৰৰ তাণ্ডৱ । পূজা চাবলৈ ঘৰত তলা লগাই ওলাই অহাৰ সুযোগতে গেটৰ তলা ভাঙি ঘৰৰ খিৰিকী ভাঙি আ-অলংকাৰৰ লগতে নগদ বিশ হাজাৰ টকা লুটি নিলে চোৰে । জিলা খনৰ কলাইগাঁওৰ ভাটিখানা চ'কৰ বেংক বিষয়া কিশোৰ কলিতাৰ পৰিয়ালে সন্ধিয়া ৫ মান বজাত পূজা চাবলৈ ওলাই আহিছিল গেট আৰু ঘৰত তলা লগাই । ৭-৩০ বজাত পৰিয়ালটি ঘৰত উভতি গৈ হতমম্ব হৈ পৰে ।তলা ভঙাৰ লগতে মূল ঘৰটিত খিৰিকী ভাঙি ঘৰৰ ভিতৰত থকা আলমিৰা ভাঙি সোনৰ আ-অলংকাৰ লৈ যায় । সদাব্যস্ত চকটিত আৰক্ষীয়ে গিজগিজাই থকা অৱস্থাতে চোৰ সোমাই চোৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજ્યભરમાં આંગણવાડી બહેનો દ્વારા સમાનકામ સમાનવેતન મુદ્દે ધરણા પ્રદર્શન કરીને સરકાર સામે રોષ ઠાલવ્યો
રાજ્યભરમાં આંગણવાડી બહેનો દ્વારા સમાનકામ સમાનવેતન મુદ્દે ધરણા પ્રદર્શન કરીને સરકાર સામે રોષ ઠાલવ્યો
ભારતીય જનતા પાર્ટી દ્વારા ઉમેદવારો ની ટીકીટ ની યાદી જાહેર જાણો કોને ક્યાં થી ટીકીટ મળી
ભાજપાની પ્રથમ યાદીના ઉમેદવારો
૧ અબડાસા - પ્રધુમનસિંહ જાડેજા
૨ માંડવી - અનીરૂધ્ધ દવે
૩...
बीसलपुर डेम से आई बड़ी खबर, इस बार बांध के छलकने की पूरी उम्मीद
पिंकसिटी की लाइफलाइन बीसलपुर डेम में पानी की आवक लगातार बनी हुई है। हालांकि डेम अब भी छलकने से...
राष्ट्र निर्माण में पेंशनर्स समाज का अमूल्य योगदान : बिरला
राष्ट्र निर्माण में पेंशनर्स समाज का अमूल्य योगदान : बिरलापेंशनर्स समाज के वार्षिक अधिवेशन को...