পাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত নিযোজিত হৈ থকা পাক সেনাৰ এখন হেলিকপ্তাৰ সন্ধানহীন হৈছে ।পাকিস্তানৰ আন্তঃ-সেৱা জনসম্পৰ্কৰক্ষী বিভাগে হেলিকপ্তাৰ খন নিৰুদ্দেশ হোৱাৰ কথা প্ৰকাশ কৰিছে। টুইটাৰযোগে পাকিস্তান সশস্ত্ৰ বাহিনীৰ আইএছপিআৰৰ মিডিয়া শাখাই কয় যে হেলিকপ্টাৰ খনে দ্বাদশ কৰ্পৰ কমাণ্ডাৰ জেনেৰেল চাৰফৰাজ আলী আৰু বেলুচিস্তানত চলি থকা বান সাহায্য অভিযানত তদাৰক কৰি থকা আন পাঁচজন জ্যেষ্ঠ সামৰিক বিষয়াক কঢ়িয়াই লৈ গৈছিল। বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত থকা পাকিস্তান সেনাৰ হেলিকপ্টাৰ খনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ সংযোগ নোহোৱা হৈ পৰিছিল। কমাণ্ডাৰসহ ছয়জন ব্যক্তি হেলিকপ্তাৰ খনত আছিল । সন্ধানহীন হোৱা হেলিকপ্তাৰ খনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হাতীপুখুৰী মৰ্কজ একাডেমিত অভিভাৱক সকলৰ ভিৰ@help782
হাতীপুখুৰী মৰ্কজ একাডেমিত অভিভাৱক সকলৰ ভিৰ@help782
Safety features : सड़कों पर करें सेफ्ली ड्राइविंग, घर ले आएं ADAS सेफ्टी फीचर्स से लैस ये SUVs
Safety features आज हम आपको दमदार सेफ्टी फीचर से लैस एसयूवी की जानकारी देने जा रहे हैं जिसमें ADAS...
লক্ষ্মী পূজাৰ নিশা মৰাণৰ নতুন মাঝি গাওঁত পুখুৰীত পৰি মৃত্যু হ'ল তিনি সন্তানৰ মাতৃৰ
লক্ষ্মী পূজাৰ নিশা মৰাণৰ নতুন মাঝি গাওঁত পুখুৰীত পৰি মৃত্যু হ'ল তিনি সন্তানৰ মাতৃৰ
Winter में Asthma, Coughing या सांस लेने में परेशानी क्यों हो रही है? |Sehat ep 808
Winter में Asthma, Coughing या सांस लेने में परेशानी क्यों हो रही है? |Sehat ep 808