মৰিগাঁও সাৰ্বজনীন শ্ৰীশ্ৰী দূৰ্গা পূজা উদযাপন সমিতিৰ সোণালী জয়ন্তীৰ বৰ্ষৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতিগ্ৰন্থ শক্তিৰূপা উন্মোচন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীস শৰ্মাই ।
সাৰ্বজনীন দুৰ্গাপূজাৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ শক্তিৰূপা উন্মোচন উপায়ুক্ত দেবাশীষ শৰ্মাৰ
