আজি মহা অষ্টমী। অষ্ট্ৰমী উপলক্ষে পুৱাৰে পৰা ১০৭ তম সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ ঠাকুৰবাৰী প্ৰাঙ্গনত ভক্তৰ ভিৰ।পৰিলক্ষিত হৈছে। জাক জমকতাৰ পৰা আতঁৰিকিছু আধ্যাত্মিক পৰিবেশৰ মাজত অনুষ্ঠিত হৈছেএই ভাগ পূজা। উল্লেখযোগ্য যে শ্ৰীশ্ৰী শিৱঠাকুৰ বাৰী এশ বছৰৰো অধিক পুৰনি। সেয়ে এই পূজা ভাগত প্ৰতি বছৰে ভক্তৰ ভিৰ পৰিলক্ষিত হয়।
মহা অষ্টমীৰ পুৱাই মৰাণৰ ১০৭ তম সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ ঠাকুৰ বাৰী প্ৰাঙ্গণত ভক্তৰ লগতে ৰাজহ মন্ত্ৰী যোগেন মহন।সপৰিয়ালে পূজাত অং শ গ্ৰহন।কৰিলে।

