সোণাৰিৰ টাইৰাইত বলেৰৰ খুন্দাত শিশু নিহত

টাইৰাই তিনিআলিত বলেৰো বাহনৰ খুন্দাত এটি সাত বছৰীয়া শিশুৰ ঘটনাস্থলীতে মৃত্যু । ঘটনা সংঘটিত কৰি বাহন খন পলায়ন কৰে । সোণাৰি লৈ পূজা চাবলৈ আহিবলৈ ধোদৰআলিৰ ওপৰত মেজিকত উঠিবলৈ লোবা সময়তে তীব্ৰ বেগী বলেৰো বাহন খনে শিশুটিক মহটিয়াই নিয়াত ঘটনাস্থলীতে শিশুটি নিহত হয় ।