গোলাঘাট ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যু এজন লোকৰ l গোলাঘাট ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা l দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত দেবজিত বৰা নামৰ এজন লোকক স্থানীয় লোকৰ সহযোগত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ৰ চিকিৎসকে মৃত ঘোষণা কৰে দেবজিত বৰাক ।এখন সুৰাৰ বিপনীৰ সমিপত পথৰ দাঁতিতেই গাৰী সমূহ ৰখাই থোৱাৰ ফলতেই উক্ত দুৰ্ঘটনাতো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে l
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পুৰীৰ ৰথ যাত্ৰাৰ সময়ত ১৪ জন আহত, ৮২ জন অজ্ঞান
📌পুৰীৰ ৰথ যাত্ৰাৰ সময়ত ১৪ জন আহত, ৮২ জন অজ্ঞান
📌মঙলবাৰে ভগৱান বালাভদ্ৰৰ তালাদ্বাজ ৰথ টানি যোৱাৰ...
स्व.माजी आमदार विनायकराव मेटे यांचे उद्या सिद्धिविनायक पार्क बीड येथे अंत्यसंस्कार होणार
स्व.माजी आमदार विनायकराव मेटे यांचे उद्या सिद्धिविनायक पार्क बीड येथे अंत्यसंस्कार होणार
કેન્દ્ર સરકાર અને ગુજરાત સરકારના સંયુક્ત ઉપક્રમે ગુજરાતમાં આગામી ૧૭ થી ૨૬ એપ્રિલ દરમિયાન “સૌરાષ્ટ્ર તમિલ સંગમ” કાર્યક્રમનું આયોજન*
*કેન્દ્ર સરકાર અને ગુજરાત સરકારના સંયુક્ત ઉપક્રમે ગુજરાતમાં આગામી ૧૭ થી ૨૬ એપ્રિલ દરમિયાન...
કપરાડા આરટીઓ ચેકપોસ્ટ પાસે મૃત હાલતમાં બળદો ભરેલું કન્ટેનર ઝડપાયું
કપરાડા આરટીઓ ચેકપોસ્ટ પાસે મૃત હાલતમાં બળદો ભરેલું કન્ટેનર ઝડપાયું
Assam Flood: दो बच्चों के साथ घर में फंसी महिला, प्रशासन से मदद की लगाई गुहार | Heavy Rain | Aaj Tak
Assam Flood: दो बच्चों के साथ घर में फंसी महिला, प्रशासन से मदद की लगाई गुहार | Heavy Rain | Aaj Tak