সোণাৰিৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুত বেগী বলেৰ'ৰ খুন্দাত গুৰুতৰভাৱে নিহত এটি শিশু। নিহত শিশুটিৰ সৰুপথাৰ অঞ্চলৰ বাসিন্দা তনুজ গগৈৰ পুত্ৰ বকুল গগৈ বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি পথৰ দাঁতিত ৰৈ থকা শিশুটিক খুন্দিয়াই পলায়ন কৰে সাপেখাতিৰপৰা সোণাৰি অভিমুখী বলেৰ'খন। দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু মুহুৰ্তৰ পাছতে ঘটনাস্থলীত উপস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শিশুটিক চিকিৎসাৰ বাবে যাৱতীয় সহযোগিতা আগবঢ়াই যদিও চিকিৎসালয় গৈ পোৱাৰ আগতেই মৃত্যু হয় শিশুটিৰ। ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষীক অৱগত কৰা হৈছে যদিও সন্ধান পোৱা নাই বলেৰ'খনৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अंबादास दानवे यांच्या हस्ते शेतकरयाना घटस्थापनेच्या मुहूतावर ५१ टॅक्टर वितरण
वैजापूर : विजय दशमीच्या दिवशी सीमाल्लोंघन करून लढायची सुरुवात आपण आधीच्या काळात करत होतो त्याच...
জামুগুৰিহাটৰ বৰপুখুৰীপাৰ মুকলি বিহু ক্ষেত্ৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আধাৰশিলা বিধায়ক পদ্ম হাজৰিকাৰ
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু পথাৰৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু...
તળાજાના લોકસાહિત્યકાર રમણીકભાઈ ધાંધલ્યાના સ્વરે ‘હનુમાન ચાલીસા’ રિલીઝ: શૌર્ય રસનો અદભૂત સંગમ
હનુમાન જયંતિના પવિત્ર અવસરે ભાવનગર જિલ્લાના તળાજા તાલુકાના જાણીતા અને લોકપ્રિય લોકસાહિત્યકાર...
पन्ना पुलिस द्वारा ऑनलाइन फ्रॉड करने वाले 04 अंतर्राज्यीय ठगो को किया गया गिरफ्तार उक्त आरोपी लॉटरी जीतने का झांसा देकर एवं पुलिस अधिकारी बनकर करते थे धोखाधड़ी
पन्ना : दिनांक 21/09/2023 को फरियादी शुभम सिंह तोमर पिता नरेंद्र सिंह तोमर निवासी शाहनगर...
Chandrayaan-3 Landing: चांद से बस 25 km दूर Chandrayaan-3 | सॉफ्ट लैंडिंग को तैयार | Breaking | ISRO
Chandrayaan-3 Landing: चांद से बस 25 km दूर Chandrayaan-3 | सॉफ्ट लैंडिंग को तैयार | Breaking | ISRO