ৰাজ্যত দূৰ্গা পূজাৰ উল্লাস-উদ্দীপনাৰ মাজতেই মহাষ্টমীৰ পুৱাতেই পথ দুৰ্ঘটনাত মৃত্যু হ'ল চৰাইদেউ জিলাৰ বৰহাটৰ দুই যুৱক। চামগুৰিৰ ডাউনটাউন ৰিজৰ্টৰ সমীপত সংঘটিত শোকাবহ পথ দূৰ্ঘটনা প্ৰাণ হেৰুৱালে বৰহাটৰ দুই যুৱকে। মটৰচাইকেল আৰু দহচকীয়া ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত দুই মটৰচাইকেল আৰোহী।দূৰ্ঘটনাটো সংঘটিত কৰিয়েই গুৱাহাটীৰ দিশে পলায়ন কৰে দ্ৰুতবেগী দহচকীয়া ট্ৰাক খনে। দূৰ্ঘটনাটোৰ ফলত থিতাতে নিহত চৰাইদেউৰ বৰহাটৰ পাপু গগৈ, নিহত আনজন একে গাঁৱৰে বিপুল গগৈ। নিহত পাপু গগৈ বৰহাট গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িত, দুয়োজন গুৱাহাটী দিশৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকাৰ অৱস্থাত সংঘটিত হয় দূৰ্ঘটনাটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઝેરડા ગામે ભાગવત કથાનું આયોજન કરાયું..
ડીસા ઝેરડા ગામે ભાગવત કથાનું સુંદર આયોજન કરાયું મોટીસંખ્યામાં ભક્તો કરી રહ્યા છે કથાનું...
২০২৪ চনৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত পুনৰ ইংগিত দিলে ট্ৰাম্পে, পুনৰাবৃত্তি কৰিলে মিছা নিৰ্বাচনী দাবী
◾৭৬ বছৰীয়া ড’নাল্ড ট্ৰাম্পে নিজৰ প্ৰাৰ্থীত্ব ঘোষণা কৰাত বাধা দিছিল যদিও তেওঁ...
કડીમાં એક યુવકે 'તમે ઊંચા અવાજે ગાળા ગાળી કેમ કરો છો' તેમ કહેતા 4 ઈસમોએ યુવક પર હુમલો કર્યો
કડી તાલુકાના ખાવડ ગામે ગત રાત્રીએ નજીવી બાબતમાં માથાકૂટ થઈ હતી અને માથાકૂટનો અંત મારામારીથી પૂરો...
કુંડીઆંબા ગામે ખેડવા માટે આપેલી જમીન પરત નહિ આપતા લેન્ડ ગ્રેબિંગ નો ગુનો નોંધાયો
કુંડીઆંબા ગામે ખેડવા માટે આપેલી જમીન પરત નહિ આપતા લેન્ડ ગ્રેબિંગ નો ગુનો નોંધાઇ
મળતી માહિતી...