যোৱা কালি দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ আমপাতি এলেকাৰ বেটাসিংহত সাধাৰণ সভা অনুষ্ঠিত কৰে NPP দলে।

দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ NPP দলৰ ভালেই কেইজন প্ৰভাৱ শালি নেতা উপস্থিত থাকে।

Ex C.E.M. ডিপুল মাৰাক জিলা পৰিষদৰ আৰু ৰাজ্যিক সভাপতি এছ.পি. সাংমা ৰাজ্যিক সম্পাদকৰ লগতে বহুত কাৰ্যকৰ্তা থাকে। ২০২৩ চনত অহা বিধান সভাত কেনেকৈ বিৰোধীক প্ৰত্যাহ্বান জনাব সেই সম্পৰ্কে আলোচনা কৰে।