ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূৱৰ খেলুৱৈৰ দপদপনি অব্যাহত আছে । বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰিলে মণিপুৰৰ সুশীলা দেৱীয়ে ৷ জুডোৰ মহিলাৰ 48 কিলোগ্ৰামত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় সুশীলাই ৷এইবৰ্ষৰ কমৱেলথ গেমছত মীৰাবাঈ চানু আৰু জেৰেমি লালৰিনুঙ্গাই দেশৰ হৈ সোণৰ পদক অৰ্জন কৰাৰ লগে লগে বিশেষকৈ উত্তৰ-পূৱত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । একপ্ৰকাৰ উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Voting: राजस्थान में सुबह 2 घंटे में कितनी हुई वोटिंग? जानें Latest अपडेट| BJP Vs Congress
Rajasthan Voting: राजस्थान में सुबह 2 घंटे में कितनी हुई वोटिंग? जानें Latest अपडेट| BJP Vs Congress
रामगढ़ विषधारी टाइगर रिजर्व बूंदी में RVT03 शावक के साथ कैमरे में ट्रेप
रामगढ़ विषधारी टाइगर रिजर्व बूंदी में RVT03 शावक के साथ कैमरा ट्रेप में आने पर रामगढ़ की टीम...
গোলাঘাটৰ থুৰামুখত ভয়ংকৰ দুৰ্ঘটনা। এখন বাহনৰ ওপৰত বাগৰি পৰিল এখন ডাম্পাৰ ।
গোলাঘাটৰ থুৰামুখত ভয়ংকৰ দুৰ্ঘটনা। এখন বাহনৰ ওপৰত বাগৰি পৰিল এখন ডাম্পাৰ । AS 19B 5940 নম্বৰৰ...
বনগাঁৱ আৰক্ষী চকীত জীৱিকা সখী ৰ পতাকা প্ৰদান।
বনগাঁৱ অঞ্চলত দোকান, আৰক্ষী চকীত জীৱিকা সখীৰ তৰফৰ পৰা পতাকা প্ৰদান কাৰ্যসূচী আজি সম্পন্ন হয়