ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূৱৰ খেলুৱৈৰ দপদপনি অব্যাহত আছে । বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰিলে মণিপুৰৰ সুশীলা দেৱীয়ে ৷ জুডোৰ মহিলাৰ 48 কিলোগ্ৰামত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় সুশীলাই ৷এইবৰ্ষৰ কমৱেলথ গেমছত মীৰাবাঈ চানু আৰু জেৰেমি লালৰিনুঙ্গাই দেশৰ হৈ সোণৰ পদক অৰ্জন কৰাৰ লগে লগে বিশেষকৈ উত্তৰ-পূৱত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । একপ্ৰকাৰ উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
How To Build A Perfect Chest At Home
How To Build A Perfect Chest At Home
AAJTAK 2 | TELANGANA में चुनाव प्रचार के दौरान RAHUL GANDHI ने बनाया DOSA, VIDEO हुआ VIRAL | AT2
AAJTAK 2 | TELANGANA में चुनाव प्रचार के दौरान RAHUL GANDHI ने बनाया DOSA, VIDEO हुआ VIRAL | AT2
ওদালগুৰিত পিৰামল ফাউন্ডেশনৰ মুক্ত আকাশ কাৰ্য্যসূচী।
ওদালগুৰিত পিৰামল ফাউন্ডেশনৰ মুক্ত আকাশ কাৰ্য্যসূচী
পিৰামল ফাউন্ডেশনৰ উদ্যোগত আৰু ওদালগুৰি জিলা...
মৰিগাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু
মৰিগাঁৱৰ ওৱাবড়ীত সৰ্প দংশনত দশমী পাতৰ (৬৫) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। শনিবাৰে পুৱা প্ৰায় ১১...