লখিমপুৰ জিলা দিৱস আৰু গান্ধী জয়ন্তীৰ দিনাই নাৰায়ণপুৰ উন্নয়নখণ্ডৰ পানবাৰী গাঁও পঞ্চায়তৰ ছটাকৈ পৰিয়ালৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা। পঞ্চায়তটোত চৰকাৰী আঁচনিয়ে চুবলৈ সক্ষম হৈছে পিছপৰা লোকসকলক। পঞ্চায়তটোৰ কৰ্মচাৰীসকলৰ বাবেই আজিৰ দিনটোতেই তিনিটাকৈ পৰিয়ালে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত প্ৰবেশ কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশৰ মাজেৰে পানবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপ্তী দেউৰীয়ে ফিটা কটাৰ পিছতেই ক্ৰমে ৰামদাস দাস নায়ক,পুতলী বণিয়া আৰু জীতেন বনিয়া পৰিয়ালে গৃহত প্ৰবেশ কৰে। সমান্তৰালভাৱে MGNREGA আঁচনিৰ অধীনত তিনিগৰাকীকৈ লোকক স্বাৱলম্বী হ'বলৈ প্ৰদান কৰে আই বি এছ। উক্ত আটাকেইটা কাৰ্যসূচীতে উপস্থিত থাকে পানবাৰী পঞ্চায়তৰ সচিব ইলা শইকীয়া,জি আৰ এছ কৃষ্ণ নেওঁগ,জিপিচি নিলোৎপল নেওঁগ আৰু ৱাৰ্ড সদস্য পিংকি গোৱালা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नेत्रहीन अध्यापक को प्रताड़ित करने के मामले में शिक्षा मंत्री हुए सख्त,जिला शिक्षा अधिकारी सहित दोषियों के खिलाफ कार्यवाही के आदेश
शिक्षा एवं पंचायती राज मंत्री मदन दिलावर ने नेत्रहीन अध्यापक लेवल-1 अजय देवेंदा,जो राजकीय उच्च...
बिजली बिल में दौड़ेगा फिक्स चार्ज का "करंट" !*
राजस्थान विद्युत विनियामक आयोग से इस वक्त की बड़ी खबर,
बिजली कंपनियों की याचिका पर आयोग ने...
48 दिन से निर्जल उपवास की साधना कर रहे जैन मुनि के दर्शन कर लिया आशीर्वाद
48 दिन की निर्जल उपवास की साधना कर रहे मुनि के दर्शन किये
टोडारायसिंह :- जैन समाज और...
ગણપતિ નો માન કે અપમાન.❓ આવી એક્ટર ની મૂર્તિ બનાવી કોની પૂજા કરો છો.? ધર્મ અને સંસ્કૃતિ સાથે ખિલવાડ
ગણપતિ નો માન કે અપમાન.❓ આવી એક્ટર ની મૂર્તિ બનાવી કોની પૂજા કરો છો.? ધર્મ અને સંસ્કૃતિ સાથે ખિલવાડ