লখিমপুৰ জিলা দিৱস আৰু গান্ধী জয়ন্তীৰ দিনাই নাৰায়ণপুৰ উন্নয়নখণ্ডৰ পানবাৰী গাঁও পঞ্চায়তৰ ছটাকৈ পৰিয়ালৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা। পঞ্চায়তটোত চৰকাৰী আঁচনিয়ে চুবলৈ সক্ষম হৈছে পিছপৰা লোকসকলক। পঞ্চায়তটোৰ কৰ্মচাৰীসকলৰ বাবেই আজিৰ দিনটোতেই তিনিটাকৈ পৰিয়ালে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত প্ৰবেশ কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশৰ মাজেৰে পানবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপ্তী দেউৰীয়ে ফিটা কটাৰ পিছতেই ক্ৰমে ৰামদাস দাস নায়ক,পুতলী বণিয়া আৰু জীতেন বনিয়া পৰিয়ালে গৃহত প্ৰবেশ কৰে। সমান্তৰালভাৱে MGNREGA আঁচনিৰ অধীনত তিনিগৰাকীকৈ লোকক স্বাৱলম্বী হ'বলৈ প্ৰদান কৰে আই বি এছ। উক্ত আটাকেইটা কাৰ্যসূচীতে উপস্থিত থাকে পানবাৰী পঞ্চায়তৰ সচিব ইলা শইকীয়া,জি আৰ এছ কৃষ্ণ নেওঁগ,জিপিচি নিলোৎপল নেওঁগ আৰু ৱাৰ্ড সদস্য পিংকি গোৱালা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ड्रग्स एवं नशीले पदार्थों के सेवन को रोकने के लिए चलाएं जागरूकता अभियान*- शर्मा
जिला स्तरीय नारको कोर्डिनेशन केंद्र की बैठक शुक्रवार को अतिरिक्त जिला कलेक्टर घनश्याम शर्मा की...
ફિલ્મ RRRએ રચ્યો ઇતિહાસ! જીત્યો બેસ્ટ ઓરિજનલ સોન્ગ 'Naatu Naatu'નો Golden Globe Award #NaatuNaatu
ફિલ્મ RRRએ રચ્યો ઇતિહાસ! જીત્યો બેસ્ટ ઓરિજનલ સોન્ગ 'Naatu Naatu'નો Golden Globe Award #NaatuNaatu
46 वर्षानंतर पुन्हा एकदा नवीन बस स्थानक बांधण्यात येणार
46 वर्षानंतर पुन्हा एकदा नवीन बस स्थानक बांधण्यात येणार
ગળતેશ્વર તાલુકાના અંગાડીના ચપટીયા ગામની પ્રાથમિક શાળામાં 74 માં સ્થાપના દિવસની ઉજવણી કરાઈ.
ગળતેશ્વર તાલુકાના અંગાડીના ચપટીયા ગામની પ્રાથમિક શાળામાં 74 માં સ્થાપના દિવસની ઉજવણી કરાઈ.