দক্ষিনপাত গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘৰ অধ্যক্ষ জনাদ্দন দেৱগোস্বামীৰ সম্পৰ্কে বিধায়ক শ্বেৰমান আলিয়ে কৰা তাচ্ছিল্যসূচক মন্তব্যৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া সমিতিয়ে তিনিচুকীয়াৰ থানা চাৰিআলিত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।
বিধায়ক শ্বেৰমান আলী মুৰ্দাবাদ, বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰক আদি শ্লগানেৰে উত্তাল কৰি তোলে অঞ্চলটো।