মাজুলী জিলা ভাওনা সন্মিলনৰ দ্বাৰা আয়োজিত অসম ভিত্তিত মাতৃভাষা ভাওনা নাটৰ পাণ্ডুলিপি প্ৰতিযোগিতা-২০২২ৰ আজি ফলাফল ঘোষণা কৰা হয় | মাজুলীৰ কমলাবাৰীত আয়োজন কৰা এখন সংবাদ-মেলত এই ঘোষণা কৰে মাজুলী জিলা ভাওনা সন্মিলনৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকতে | জিলা সন্মিলনৰ কাৰ্যকৰী সভাপতি ড০ অৰূপ কুমাৰ বৰা, উপ সভাপতি দীপক বৰুৱা প্ৰমুখ্যে ভাওনা সন্মিলনৰ গুণেশ্বৰ গায়ন, নৃপেন কলিতা, উৎপল কৌশিক শইকীয়া, ধ্ৰুৱজ্যোতি বৰা ইত্যাদি উপস্থিত থকা অনুষ্ঠানটিত সাংবাদিকসকলৰে হোৱা সংবাদ- মেলখনৰ আঁত ধৰে সাধাৰণ সম্পাদকৰূপে জয়ন্ত হাজৰিকাই | সকলো প্ৰতিযোগীৰ লগতে স্থানপ্ৰাপকসকললৈ কৃতজ্ঞতা আৰু অভিনন্দন জনাইছে সন্মিলনীয়ে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM કિસાન સન્માન નિધિ : આજે જ eKYC પૂર્ણ કરો, નહીં તો તમને રૂ. 2000 નહીં મળે, જો તમે કર્યું છે તો ચોક્કસપણે ફરીથી તપાસો
PM કિસાન સન્માન નિધિનો 12મો કે પછીનો હપ્તો 31 ઓગસ્ટ પછી ગમે ત્યારે રિલીઝ થઈ શકે છે. ગયા વર્ષની...
Amitabh Bachchan Birthday: અમિતાભના જન્મદિવસે ચાહકો માટે ગિફ્ટ, 80 રૂપિયામાં મળશે ગુડ બાય ટિકિટ
Amitabh Bachchan Birthday: અમિતાભના જન્મદિવસે ચાહકો માટે ગિફ્ટ, 80 રૂપિયામાં મળશે ગુડ બાય ટિકિટ...
সোণাৰিত ভূমিজ সমাজৰ প্ৰতিবাদ
ভানু ভূমিজৰ হত্যাৰ প্ৰতিবাদত সোণাৰিত সদৌ অসম ভূমিজ সমাজৰ প্ৰতিবাদ।
ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাৰ উদ্যোগত "মোৰ বেংকঃ মোৰ আত্মসহায়ক গোট " শীৰ্ষক কাৰ্যসূচী সম্পন্ন
আত্মসহায়ক গোট জড়িতে আত্মনিৰ্ভৰশীল হৈ সমাজলৈ অৱদান আগবঢ়াই অহা মহিলা সকলক উৎসা প্ৰদান কৰা উদেশ্য...