দূৰ্গা পূজা চলি থকা সময়তে ওদালগুৰি জিলাৰ কলাই গাঁওত কলাই গাঁও আৰক্ষীয়ে জেৰেঙা ঝাৰ গাঁৱৰ পৰা বহুদিনৰ পৰা অবৈধ ভাৱে বিলাতী সুৰাৰ ব্যৱসায় কৰি থকা বিষ্ণু বড়ো আৰু জয়ৰাম বড়োৰ ঘৰৰ পৰা প্ৰায় ৩০০ বটল বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । দূৰ্গা পূজা চলি থকা সময়তে আৰক্ষী ৰ এনে পদক্ষেপ ক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলাই গাঁও আঞ্চলিক সমিতিয়ে ভূয়সী প্ৰশংসা কৰাৰ সমান্তৰালভাৱে এনে ব্যৱসায়িৰ বিৰুদ্ধে কথোৰ হবলৈ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मराठवाड्याचा पाणी प्रश्न मिटला,नाथसागर ९० पार
मराठवाड्याचा पाणी प्रश्न मिटला,नाथसागर ९० पार
Karnataka Next New CM: सिद्धारमैया बनेंगे कर्नाटक के नए सीएम-सूत्र | Siddaramaiah | R Bharat
Karnataka Next New CM: सिद्धारमैया बनेंगे कर्नाटक के नए सीएम-सूत्र | Siddaramaiah | R Bharat
तलावात बुडून चार मुलांचा दुर्देवी मृत्यू; छत्रपती संभाजीनगरमधील वाळूज परिसरातील घटना
दरम्यान, घटनेची माहिती मिळताच पोलिसांसह अग्निशामक दल घटनास्थळी दाखल झाले आहे. तर, अग्निशमन...
બાળકોના સ્વાસ્થ્ય માટે દોડવાને બદલે મુસાફરોને લઈને શટલના ફેરા મારતી મોબાઇલ હૅલ્થ વૅન સુરેન્દ્રનગર જિલ્લામાં મુસાફરો ને લઈને ફેરા મારતી હોવાનો વિડીયો વાઇરલ
૧૮ વર્ષ સુધીની ઉંમરનાં બાળકોને ત્વરિત તબીબી સારવાર મળે તે માટે કેન્દ્ર સરકારની યોજના રાષ્ટ્રીય...